'Like Mother, Like Daughter: অমৃতা সিঙৰ জন্মদিনত কি কৰিলে সাৰাই ?

By

Published : Feb 9, 2022, 10:36 PM IST

thumbnail

অমৃতা সিঙৰ জন্মদিন বিশেষ হিচাপে নিজৰ আৰু মাকৰ সাদৃশ্য থকা কেইখনমান ফটো পোষ্ট কৰিছে সাৰাই ৷ মাতৃৰ সৈতে মিল থকা নিজৰ ফটো ছ'চিয়েল মিডিয়াত পোষ্ট কৰি এটা সুন্দৰ বাৰ্তাৰে জন্মদিনৰ শুভেচ্ছা যাচিলে মাতৃক (sara ali khan wish amrita on birthday) ৷ বিভিন্ন সময়ত মাকৰ দৰে প’জ দি উঠা কেইখনমান ফটো আজি জন্মদিন বিশেষ হিচাপে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিলে অভিনেত্ৰী গৰাকীয়ে (sara on amritia singh birthday) ৷ 2004 চনত বৈবাহিক জীৱনৰ পৰা পৃথক হোৱা চেইফ আলী খান আৰু অমৃতা সিঙৰ কন্যা সাৰা আলী খানে ইতিমধ্যে বলীউডত খোপনি পুতিবলৈ সক্ষম হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.