Wild elephant attack in Bokakhat: বন্যহস্তীৰ আক্ৰমনত নিহত এগৰাকী মহিলা

By

Published : Dec 19, 2022, 5:14 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

বোকাখাতৰ পানবাৰীৰ আদৰ্শ গাঁৱত অঘটন । বন্যহস্তীৰ আক্ৰমণত নিহত এগৰাকী মহিলা (Woman killed in a wild elephant attack)। পথাৰৰ পৰা গৰু আনিবলৈ যোৱা অৱস্থাত অতৰ্কিতে হাতীয়ে আক্ৰমণ কৰে মহিলাগৰাকীক (Wild elephant attack)। পিছত ততাতৈয়াকৈ গুৰুতৰভাৱে আহত মহিলাগৰাকীক বোকাখাত স্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু দুৰ্ভাগ্যবশতঃ চিকিৎসালয়তে মৃত্যু হয় মহিলাগৰাকীৰ । নিহত মহিলাগৰাকীৰ নাম ৰীনা দাস(৪৫) ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.