দৰঙত অপৰিবৰ্তিত বান পৰিস্থিতি

By

Published : May 19, 2022, 10:21 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

দৰঙত অপৰিবৰ্তিত পৰিস্থিতি (Flood in Darrang) ৷ মঙলদৈৰ পিপৰা দোকানৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাগৰিল পানী ৷ পানীৰ পৰিমাণ বৃদ্ধি পোৱাত জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই ১৫ নং ৰাষ্টীয় ঘাইপথ বন্ধ কৰি দিয়াৰ নিৰ্দেশনা জাৰি কৰে ৷ উল্লেখ্য যে, শাকতোলা নদীৰ বাঢ়নী পানীয়ে মঙলবাৰে পূূব দিশৰ মথাউৰিৰ এটি অংশ চিগি নিয়াৰ ফলত ১৫ খনকৈ গাঁও জলমগ্ন হোৱাৰ লগতে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে শাকতোলা নদীৰ বাঢ়নী পানীত ডুব যায় ৷

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.