Drugs seized: সোণাৰি আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুই সৰবৰাহকাৰী

By

Published : Nov 2, 2022, 8:27 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত আৰক্ষীৰ(Anti drugs mission of Assam police) । সোণাৰিত আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুই সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়(Drugs seized at Sonari) । AS33 C0327 নম্বৰৰ অট'ৰিক্সাত অহা দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে নামতোলা আৰক্ষীয়ে(Two drugs peddlers arrested at Sonari) । ড্ৰাগছ সৰবৰাহকাৰী দুটা তিনিচুকীয়া বৰহাপজানৰ ৰিছা গগৈ আৰু অট' চালক তছিব আহমেদ বুলি জানিব পৰা গৈছে । ধৃত লোককেইজনৰ পৰা ৮ টা চাবোন বাকচত জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ । দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহত জড়িত চাইম'ন মৰাণ নামৰ লোকজনৰ নিৰ্দেশত সোণাৰিৰপৰা নগালেণ্ডলৈ ড্ৰাগছ সৰবৰাহৰ বাবে ৰিছা গগৈ নামৰ যুৱতীগৰাকী অহা বুলি মত প্ৰকাশ কৰে ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.