Firing at Chabua : চাবুৱাত কয়লা সৰবৰাহকাৰী ট্ৰাকত আৰক্ষীৰ গুলী

By

Published : Nov 8, 2022, 10:17 AM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

চাবুৱাৰ বাইপাছত(Lahoal-Chabua Bypass) নিশা কয়লা সৰবৰাহকাৰী ট্ৰাকত তিনিচুকীয়া আৰক্ষীৰ গুলীচালনা(Fired on coal filled truck at Chabua)। কেইবাজাই গুলীচালনা কৰাৰ ফলত পথৰ কাষত বাগৰি পৰে এখন কয়লাভৰ্তি ট্ৰাক । আৰক্ষীয়ে কিয় তিনিচুকীয়াৰ পৰা খেদি খেদি AS 25 CC 7750 নম্বৰৰ ট্ৰাকখনত গুলীচালনা কৰিলে সেয়া এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই । বৰ্তমানলৈকে সংবাদমাধ্যমৰ সন্মুখত মন্তব্য দিয়াৰ পৰা আঁতৰি আছে তিনিচুকীয়া আৰক্ষী (Tinsukia police)। ট্ৰাকখনৰ চালকৰ গাত গুলী লগা নাই যদিও আৰক্ষীয়ে ইতিমধ্য চালকজনক আটক কৰিছে ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.