Assam observes Shilpi Divas: পকীত ৰূপকোঁৱৰক সুঁৱৰি শিল্পী দিৱস পালন

By

Published : Jan 17, 2023, 10:52 AM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

আজি শিল্পী দিৱস (71th Shilpi divas) ৷ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যুৰ এই দিনটোতে শিল্পীগৰাকীক সুঁৱৰি প্ৰত্যেক বছৰে সমগ্ৰ ৰাজ্যই পালন কৰি আহিছে শিল্পী দিৱস ৷ ৰূপান্তৰৰ শিল্পীগৰাকীৰ 72 সংখ্যক মৃত্যুৰ এই দিনটোত তেজপুৰস্থিত জ্যোতি ভাৰতীত এইবাৰো বিশাল আয়োজনেৰে পালন কৰা হৈছে শিল্পী দিৱস (Shilpi divas celebrates at Poki) ৷

তেজপুৰত ৰূপকোঁৱৰৰ কৰ্ম সাধনাৰ স্থলী অৰ্থাৎ তেওঁৰ নিজা বাসগৃহ 'পকী' ৷ বৰ্তমান অসম চৰকাৰৰ সংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জ্যোতি ভাৰতীত শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগিতাত ৰূপকোঁৱৰৰ স্মৃতিত এই শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠানটি আয়োজন কৰা হৈছে ৷ 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.