Satradhikar Banamali Goswami passes away :ধেমাজিৰ শিক্ষাবিদ-সত্ৰাধিকাৰ বনমালী গোস্বামীৰ বিয়োগ

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 5:59 PM IST

thumbnail

ধেমাজি, ২৯ আগষ্ট: ধেমাজি জিলা মাছখোৱাৰ দলগুৰিৰ শ্ৰী শ্ৰী তামোলবাৰী সত্ৰৰ সত্ৰাধিকাৰ ,মাছখোৱা মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক,শিক্ষাবিদ বনমালী গোস্বামীয়ে যোৱা কালি ডিব্ৰুগড়ৰত নিশা ১০ বজাত শেষ নিঃশ্বাস ত্যাগ কৰে  ৷ আজি তেওঁৰ নশ্বৰদেহ মাছখোৱা তামোলবাৰী সত্ৰলৈ অনা পিছতে অসংখ্য গুণমুগ্ধ আৰু ছাত্ৰছাত্ৰী ,দল সংগঠনৰ কৰ্মীয়ে শেষ শ্ৰদ্ধা জনায় ৷

শিক্ষাবিদ বনমালী গোস্বামীয়ে এই অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰৰ বিকাশৰ বাবে আগভাগ লৈছিল । গায়ন বায়নে গোস্বামীৰ নশ্বৰ দেহ সম্পূৰ্ণ বৈদিক নীতি নিয়মেৰে অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰে ৷ তেওঁৰ মৃত্যুত সমগ্ৰ অঞ্চলৰ বিভিন্ন দল-সংগঠনৰ লগতে ব্য়ক্তি বিশেষে  শোক প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:Assam BJP internal clash: সভাপতিৰ সাৱধানবাণী; কোনো কাৰণতে সংবাদ মাধ্যমৰ আগত একো ক’ব নোৱাৰি বিজেপি কৰ্মীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.