Robbery in Barpathar: বৰপথাৰৰ ১ নং তামুলীগাৱঁত নিশা সংঘটিত ডকাইতি কাণ্ড

By

Published : Dec 5, 2022, 9:27 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

বৰপথাৰৰ ১ নং তামুলীগাৱঁত নিশা সংঘটিত হয় এক ডকাইতি কাণ্ড(Robbery stem in Barpathar) । বিজু শইকীয়া নামৰ এজন লোকৰ ঘৰত সংঘটিত হয় এই ডকাইতি কাণ্ড । নিশা প্ৰায় ১.৩০ বজাত মাৰণাস্ত্ৰ দেখুৱাই লুটি নিলে নগদ ৪০ হাজাৰ টকাৰ লগতে সোণৰ আ-অলংকাৰ (Robbery incident at night in Golaghat)। প্ৰায় ৬-৭ জনীয়া ডকাইতৰ দলে সংঘটিত কৰে এই কাণ্ড । ঘটনাস্থলীত বৰপথাৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.