প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিনৰ কাৰ্যসূচীত কি কি অন্তৰ্ভূক্ত হোৱাতো বিচাৰে TMCয়ে ?

By

Published : Sep 17, 2022, 9:12 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

আজিৰে পৰা 15 দিনীয়া কাৰ্যসূচীৰে দেশজুৰি উদযাপন কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন (Birthday of Narendra Modi)৷ তৃণমূল কংগ্ৰেছ, অসমৰ সভাপতি ৰিপুন বৰায়ো জন্মদিনৰ শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীগৰাকীক ৷ লগতে বৰাই কয় যে, প্ৰধানমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে দেশজুৰি যিসমূহ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে সেইখিনিৰ বিৰোধিতা তৃণমূল কংগ্ৰেছে কৰা নাই(TMC on Modi birthday celebration) ৷ বিপৰীতে পষেকজোৰা কাৰ্যসূচীত আকাশলংঘী মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, দেশৰ সাম্প্ৰদায়িক বিভাজন আদি সমস্যা নিৰ্মূলৰ বাবে কাৰ্যসূচী গ্ৰহণ নকৰাতহে বিৰোধিতা কৰিলে তৃণমূল কংগ্ৰেছৰ নেতা ৰিপুন বৰাই (TMC leader Ripurn Bora)৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.