Road Accident at Raha: ৰহাৰ বাৰপূজীয়াত অচিনাক্ত বাহনৰ খুন্দাৰ নিহত মহিলা

By

Published : Nov 17, 2022, 12:39 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

ৰহাত বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা(Road Accident at Raha) । ৰহাৰ বাৰপূজীয়া নিজ মিকিৰ গাঁৱৰ ৰাজপথত অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু হয় বাৰপূজীয়াৰ চলহবড়ীৰ এগৰাকী মহিলাৰ । নিহত মহিলাগৰাকীৰ পিংকী বৰা ডেকা(৩১) বুলি জানিব পৰা গৈছে(One Lady died in Road Accident) ৷ পুৱা স্বামীৰ সৈতে প্ৰাতঃভ্ৰমণ কৰা সময়তে এখন তীব্ৰ বেগী বলেৰ’ পিক‌ আপ ভানৰ খুন্দাত কৰুণ মৃত্যুক সাবটিবলগীয়া হয় পিংকীয়ে । ইফালে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই বাহনখন সেই ঠাইৰ পৰা পলায়ন কৰে । পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পিংকীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.