Road accident: দলগাঁৱৰ লালপুলত ভয়ংকৰ পথ দুৰ্ঘটনা

By

Published : Dec 19, 2022, 2:08 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

thumbnail

দলগাঁৱৰ লালপুলত ভয়ংকৰ পথ দুৰ্ঘটনা(Tragic road accident in Dalgaon) । পুৱাই সংঘটিত হোৱা দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱাাই এজন লোকে(One death in road accident in Udalguri) । বাইক আৰু যাত্ৰীবাহী আলট্ৰা বাছৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাটোত আলট্ৰা বাছখনে মহতিয়াই নিয়ে বাইক আৰোহীজনক । ফলত বাইকত থকা এগৰাকী বৃদ্ধ থিতাতে নিহত হয়(Elderly killed in road accident) । নিহত ব্যক্তিজনৰ নাম হবিবুৰ ৰহমান বুলি জানিব পৰা গৈছে ।

Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.