Assam arunachal border dispute : সীমা সমস্যা নিষ্পত্তিৰ বাবে চুক্তিত স্বাক্ষৰ অসম আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ

By

Published : Apr 20, 2023, 7:15 PM IST

Updated : Apr 20, 2023, 8:51 PM IST

thumbnail

নিউজ ডেস্ক, 20 এপ্ৰিল : অৱশেষত এক উৎকণ্ঠাৰ সামৰণি পৰিল ৷ বৃহস্পতিবাৰে দিল্লীত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তি কৰাৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশ চৰকাৰে চুক্তি স্বাক্ষৰ কৰে । এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে (MoU singed on Assam Arunachal border issue) ।

দীৰ্ঘদিন ধৰি চলি থকা আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তি কৰাৰ বাবেই অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত এই চুক্তি স্বাক্ষৰিত কৰা হয় ৷ ভাষণ প্ৰসংগত এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেতবোৰ গুৰুকত্বপূৰ্ণ মন্তব্যও প্ৰদান কৰে (Union Home Minister Amit Shah) । অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তিৰ বাবে এই চুক্তি স্বাক্ষৰ কৰাটো অতি ডাঙৰ সফলতা হিচাবে বিবেচিত হৈছে (MoU signed by Assam CM and Arunachal CM)।

লগতে পঢ়ক : State cabinet meeting : অসম অৰুণাচল সীমা বিবাদ সন্দৰ্ভত বৃহস্পতিবাৰে স্বাক্ষৰ হ’ব বুজাবুজিৰ চুক্তি

Last Updated : Apr 20, 2023, 8:51 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.