MLA Chakradhar Gogoi: পত্নীৰ সৈতে হাৰমনিয়ামত সংগত কৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে

By

Published : Nov 9, 2022, 10:34 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

মৰাণৰ বিধায়ক চক্ৰধৰ গগৈক এইবাৰ দেখা গ'ল ব্যতিক্ৰমী ৰূপত । পত্নীয়ে পৰিৱেশন কৰা বৰগীতত হাৰমনিয়ামত সংগত কৰিলে বিধায়কগৰাকীয়ে (MLA Chakradhar Gogoi)৷ মৰাণৰ তিলৈ গ্ৰাম্য বজাৰত অনুষ্ঠিত জ্যেষ্ঠ নাগৰিকৰ সজাগতা সভাত দেখা গ’ল এই বিশেষ দৃশ্যটো । উল্লেখ্য যে, বিধায়কগৰাকীৰ সহধৰ্মিনী প্ৰহেলিকা শৰ্মা গগৈয়ে অনুষ্ঠানটোত পৰিৱেশন কৰিছিল বৰগীত (Wife of MLA Chakradhar Gogoi plays Harmonium)৷ ৰাজনীতিৰ লগতে গায়িকা সহধৰ্মিনীৰ সৈতে সংগীত চৰ্চাৰ উমান দিলে বিধায়ক চক্ৰধৰ গগৈয়ে (MLA Chakradhar Gogoi plays Harmonium)৷

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.