MLA Rama Kanta Dewri : মুছলমানসকলে খেতি কৰি আছে, আমাৰসকলে নাচ-গান কৰি আছে: ৰমাকান্ত দেউৰী

By

Published : Jan 10, 2023, 10:54 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

‘‘অসমৰ ১২৬ টা সমষ্টিৰ ভিতৰত সৰ্বাধিক উৎসৱ হয় মৰিগাঁও সমষ্টিত (Marigaon constituency)৷ ৰাজ্যত ৰাস পাতে পূৰ্ণিমাত আঘোণ কাতিত, আমাৰ ইয়াত এতিয়াও পাতিয়ে আছে ৷ মহিলায়ো এতিয়া ৰাস পাতে, ভৰি দাঙি দাঙি নাচে ৷ এতিয়া মাঘ বিহু আহিছে কিন্তু মাঘ বিহু চ’ত মাহলৈকে চলিয়েই থাকিব ৷ এতিয়া মুছলমানসকলে পথাৰত নামিছে ধান লগাইছে কিন্তু আমাৰসকলে এতিয়া বিহু পাতিব, নাচ-গান কৰিব । সকলো মন্ত্ৰী-বিধায়কতকৈ মই দিনটো বেছি মানুহ লগ কৰোঁ’’৷ এই মন্তব্য বিধায়ক ৰমাকান্ত দেউৰীৰ (MLA Rama Kanta Dewri)৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.