Rural Employment Guarantee Act: বিধায়ক কৃষ্ণ কমল তাঁতীয়ে উদ্বোধন কৰিলে ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি

By

Published : Jul 25, 2022, 10:38 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

ৰঙাপৰাৰ চাহ বাগিচাসমূহত থকা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত(Model school at Rangapara) আজি পৃথকে পৃথকে সমষ্টিটোৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে(Rangapara MLA Krishna Kamal Tanti) মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ শুভ উদ্বোধন কৰে (National Rural Employment Guarantee Act at Rangapara)। শোণিতপুৰ জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰন, জিলা পৰিষদৰ সভানেত্ৰী ডলি চুৰিণ, ৰঙাপৰা উন্নয়ন খণ্ডৰ বিষয়া নিশিনাথ শৰ্মা, ঠাকুৰবাৰী, সোনাজুলি, নাহৰণি, ফুলবাৰী গাঁও পঞ্চায়তৰ সচিব, সভাপতি-সভানেত্ৰী, আঞ্চলিক পঞ্চায়তৰ সদস্য-সদস্যা, উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা, বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰী বৰজুলি জিলা পৰিষদৰ সদস্যাৰ উপস্থিতত বিধায়ক কৃষ্ণ কমল তাঁতীয়ে মাংগলিক কাৰ্যসূচীৰ মাজত এম জি এনৰেগা আঁচনিখনৰ শুভাৰম্ভ কৰে ।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.