Rangali bihu 2023: ঢুলীয়াৰ ৰূপত মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ

By

Published : Apr 17, 2023, 1:48 PM IST

thumbnail

ডিব্ৰুগড়, 17 এপ্ৰিল : ৰাজ্যৰ চৌদিশে বিহুৰ উখল মাখল পৰিৱেশ । হেঁপাহৰ ৰঙালীৰ ৰঙত মতলীয়া হৈ পৰিছে প্ৰতিজন অসমীয়া । এই ৰঙালীত বিহুৱা ৰূপত দেখা গ'ল মৰাণৰ বিধায়ক চক্ৰধৰ গগৈক । মৰাণত কান্ধত ঢোল লৈ ৰাইজৰ সৈতে বিহু মাৰিলে বিধায়ক চক্ৰধৰ গগৈয়ে (Rangali bihu 2023 celebrated in Assam) । 

মৰাণৰ কুশল নগৰ নামঘৰত নিশা কান্ধত ঢোল লৈ বিহু মাৰিলে বিধায়কগৰাকীয়ে । উল্লেখ্য যে, প্ৰত্যেক বছৰৰ দৰে এই বছৰো কুশল নগৰৰ ২৫০ টা পৰিয়ালে ৰাজহুৱা কৈ অনুষ্ঠিত কৰিছে ৰঙালী বিহুৰ । এই অনুষ্ঠানত সকলোৰে সৈতে বিহু মাৰি মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে সাতদিনৰ ভিতৰতে বিহুৰ সামৰণি মাৰিবলৈ ৰাইজক আহ্বান জনায় (MLA Chakradhar Gogoi at bihu programme)।  

লগতে পঢ়ক : Betting in cricket: ক্ৰিকেট জুৱাত এজন জুৱাৰীয়ে ১২ বছৰত হেৰুৱালে ১০০ কোটি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.