Road accident in Nagaon : কঠিয়াতলীৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনাত নিহত এজন

By

Published : Jan 12, 2023, 9:45 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

নগাঁৱৰ কঠিয়াতলীত অঘটন ৷ বৃহস্পতিবাৰে কঠিয়াতলীৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Nagaon NH36)৷ AS01 G 9002 নম্বৰৰ এখন তীব্ৰবেগী ট্ৰাকে মহটিয়াই নিয়ে এগৰাকী পথচাৰীক ৷ ফলত থিতাতে নিহত হয় লোকজন (Man died in a road accident in Nagaon)৷ নিহত লোকজন নিজ কঠিয়াতলী জুৰিপাৰৰ ৰবি সেন বুলি জানিব পৰা গৈছে ৷ ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ট্ৰাকখনে পলায়নৰ চেষ্টা কৰে যদিও আৰক্ষীৰ তৎপৰতাত জব্দ হয় ট্ৰাকখন ৷ অৱশ্যে চেগ বুজি ঘটনা স্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয় ট্ৰাকৰ চালকজন ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.