Leopard caged in Jorhat: যোৰহাটত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

By

Published : Dec 25, 2022, 8:11 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

যোৰহাটৰ ম’হবন্ধাৰ চামুগুৰি বাগিচাত দেওবাৰে পিঞ্জৰাবদ্ধ হয় এটা নাহৰফুটুকী(Leopard caged in Jorhat) । নাহৰফুটুকীটোৱে দীৰ্ঘদিনে অঞ্চলটোত সন্ত্ৰাস চলাই আহিছিল । বৃহৎ চাহ বাগিচা অঞ্চলটোত নাহৰফুটুকীটোৱে হাঁহ, কুকুৰা, ছাগলী ভক্ষণ কৰি আহিছিল ৷ নাহৰফুটুকীটোৰ আতংকৰ বাবে বৃহৎ অঞ্চলবাসী ৰাইজে উজাগৰী নিশা কটাবলগীয়া হৈছিল(Tiger panic in Jorhat) । আতংকিত স্থানীয় ৰাইজে এই কথা অৱগত কৰিছিল যোৰহাট বনবিভাগক । ইয়াৰ পিছত আজি স্থানীয় ৰাইজৰ কথা মতে চামগুৰি চাহ বাগিচা অঞ্চলত বনবিভাগে স্থাপন কৰা এটা পিঞ্জৰাত আৱদ্ধ হয় নাহৰফুটুকীটো ।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.