Kali Puja at Boroma : সামৰণি পৰিল বৰমাত আয়োজিত কালী পূজাৰ

By

Published : Oct 27, 2022, 8:58 AM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

প্ৰতিকুল বতৰকো নেওচি সহস্ৰ ভক্তপ্ৰাণ লোকৰ উপস্থিতিত তিনিদিনীয়াকৈ বৰমাৰ বৰজাৰৰ ৰাজহুৱা আয়োজন কৰা কালী পূজা বুধবাৰে সামৰণি পৰে (Kali puja Conclude at Boroma) ৷ উল্লেখ্য যে, পুৱাৰে পৰা অন্তিম দিনৰ কাৰ্যসূচী হিচাবে আয়তীৰ নাম প্ৰতিযোগিতা আৰম্ভ কৰা হয় ৷ বৰমাৰত আয়োজিত এই কালী পূজাত কেৱল শাক্ত ধৰ্মৰ লোকেই নহয়, অইন ধৰ্মাৱলম্বী লোকেও অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় (Kali Puja celebrated at Boroma) ৷

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.