Auditorium in Diphu : ডিফুৰ তাৰালাংচ’ত ৩৬ কোটি টকীয়া প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন

By

Published : Nov 30, 2022, 3:25 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

ডিফুৰ তাৰালাংচ’ত বুধবাৰে এটা অত্যাধুনিক প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰিলে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে (KAAC CEM Tuliram Ronghang) ৷ প্ৰেক্ষাগৃহটোত ২৫০০ জন লোক একেলগে বহি কাৰ্যসূচী উপভোগ কৰাৰ ব্যৱস্থা থাকিব ৷ প্ৰেক্ষাগৃহটোৰ নিৰ্মাণৰ বাবে মুঠ ৩৬ কোটি টকা ব্যয় হ’ব বুলি জানিব পৰা গৈছে (Auditorium in Diphu)। ইয়াৰ ভূমি পূজনো আজি সম্পন্ন কৰা হয় । আজিৰ কাৰ্যসূচীত সাংসদ হৰেনসিং বে', বিধয়ক ৰূপসিং টেৰণ, কেচিএছ সভাপতি চান্দ্ৰচিং ক্ৰ' উপস্থিত থাকে ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.