DAC poll result 2022: মাজুলীত বিজেপিৰ মুখথেকেচা

By

Published : Nov 10, 2022, 10:41 AM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এসময়ৰ গৃহ (Minister Sarbananda Sonowal) সমষ্টি মাজুলীত বিজেপিৰ মুখথেকেচা ৷ বৃহস্পতিবাৰে পুৱা 8 বজাৰ পৰা অনুষ্ঠিত হোৱা দেউৰী স্বায়ত্তশাসিত নিৰ্বাচনৰ (DAC poll 2022) ভোটগণনাৰ অন্তত মাজুলীত JPP প্ৰাৰ্থী ৰূপকুমাৰ দেউৰীয়ে জয়লাভ কৰে (JPP candidate wins at DAC poll 2022 in Majuli) ৷ ৰূপকুমাৰ দেউৰীয়ে নিৰ্বাচনত ১১৭২ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি প্ৰাথী ইনুপ্ৰভা দেউৰীয়ে লাভ কৰিলে ৯৯৫ টা ভোট ৷

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.