Cricket World Cup 2023 : পৰ্দাত একেলগে উপভোগ কৰিলে ভাৰত-নিউজীলেণ্ডৰ ছেমিফাইনেল মেচ

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 7:36 PM IST

thumbnail

মাজুলী, 15 নৱেম্বৰ : বুধবাৰে চলিত ক্ৰিকেট বিশ্বকাপৰ বহু প্ৰত্যাশিত প্ৰথমখন ছেমিফাইনেলত মুম্বাইৰ বাংখেড়ে ষ্টেডিয়ামত মুখামুখি হৈছে ভাৰত- নিউজীলেণ্ড ৷ এই হাই ভল্টেজ ছেমিফাইনেল মেচখনক লৈ উৎকন্ঠিত হৈ আছে ক্ৰিকেট অনুৰাগী সকল ৷ ক্ৰিকেট তথা ভাৰতীয় দলৰ অনুৰাগী সকলে ইতিমধ্যে বিভিন্ন মাধ্যমযোগে ব্য়স্ত তীব্ৰ উত্তেজনাপূৰ্ণ খেলখন উপভোগ কৰাত ৷ 

মাজুলীৰ জেংৰাইমুখৰ খেৰকটীয়া নদীৰ পাৰত একেলগে শতাধিক লোকে উপভোগ কৰিছে এই ছেমিফাইনেল মেচ ৷ সমগ্ৰ দেশৰ লগতে মাজুলীতো এনেদৰে বহু সংখ্যক লোকে একলগে হাই ভল্টেজ মেচখন উপভোগ কৰা পৰিলক্ষিত হ’ল ৷

শতাধিক লোকে একেলগে উপভোগ কৰিলে বিৰাট কৌহলী, শ্ৰেয়াছ আয়াৰৰ শতক ৷ সকলো ভাৰতীয়ৰ আশা তৃতীয়বাৰৰ বাবে ভাৰতে বিশ্বকাপ জয় কৰক ৷ 

লগতে পঢ়ক : Virat Kohli 50th ODI ton: এদিনীয়াত 50 টা শতকেৰে বিৰাট কোহলীৰ ‘বিৰাট’ অভিলেখ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.