Independence Day 2023 : অসমক দুৰ্ঘটনামুক্ত কৰিবলৈ ৰাষ্ট্ৰীয় পতাকাৰ তলত সংকল্প

By

Published : Aug 15, 2023, 3:55 PM IST

thumbnail

গুৱাহাটী, ১৫ আগষ্ট:আজি দেশৰ ৭৭ সংখক স্বাধীতা দিৱস । আজাদী কি অমৃত মহোৎসৱৰ সামৰণি অনুষ্ঠান উপলক্ষে এইবাৰ দেশজুৰি উলহ মালহেৰে উদযাপিত হৈছে ৭৭ সংখ্যক স্বাধীনতা দিৱস । দেশৰ আন ৰাজ্য়ৰ লগতে অসমতো পালন কৰা হৈছে  স্বাধীনতা দিৱস । সমান্তৰালভাৱে কামৰূপ মহানগৰ পৰিবহণ কাৰ্যালয়টো উদযাপন কৰা হয়স্বাধীনতা দিৱস । 

পুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় কাৰ্যালয় চৌহদত । ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে । আগন্তুক দিনত যাতে বিভাগটোৱে অসমক দুৰ্ঘটনামুক্ত কৰি ৰাখিব পাৰে তাৰেই সংকল্পবদ্ধ হয় ৰাষ্ট্ৰীয় পতাকাৰ তলত । লগতে স্বাধীনতা দিৱস উপলক্ষে পৰিবহণ বিভাগে এক বিশাল বাইক ৰেলী উলিয়াই ৰাইজক সজাগ কৰিবলৈ চেষ্টা চলায় ।

লগতে পঢ়ক:77th Independence Day: মহকুমা নাথাকিব; গঠন হ’ব উপ-জিলা; অতিৰিক্ত আয়ুক্তই ল’ব মহকুমাধিপতিৰ ঠাই; মুখ্যমন্ত্ৰীৰ ঘোষণা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.