HSLC result 2023:হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দ্বিতীয় স্থানত নগাঁৱৰ ইছৰাত ফাৰিহা

By

Published : May 22, 2023, 11:34 AM IST

thumbnail
()

নগাঁও, 22 মে’ : ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল (Assam hslc result 2023) ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় স্থান লাভেৰে নগাঁৱলৈ সুনাম কঢ়িয়াই আনিলে ইছৰাত ফাৰিহাই । নগাঁৱৰ ৰেনেছাঁ হাইস্কুলৰ ছাত্ৰী ইছৰাত ফাৰিহাই সৰ্বমুঠ 591 নম্বৰ লাভ কৰি দ্বিতীয় স্থান লাভ কৰাত উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়ত্ৰীসকল (Nagaon girl begs second position) ।

উল্লেখ্য যে, নগাঁৱৰ পৰা মুঠ চাৰিজনে প্ৰথম দহটা স্থান লাভ কৰিবলৈ সক্ষম হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত । তেওঁলোক হ’ল ইছৰাত ফাৰিহা, সুষ্মিতা পোড্ডাৰ, নীলোৎপল মণ্ডল আৰু নিশান্ত বৰা (hslc results 2023 Nagaon)  ৷

লগতে পঢ়ক : National level panja competition: ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা প্ৰতিযোগিতাত পদক লাভেৰে উজ্বলিল ধেমাজিৰ দুই খেলুৱৈ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.