Historic Shelukia Pond: বেদখকাৰীৰ কৱলত তিনিচুকীয়াৰ শেলুকীয়া পুখুৰী

By

Published : Nov 4, 2022, 2:23 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

বেদখকাৰীৰ কৱলত পৰিছে মটক ৰজা সৰ্বানন্দ সিংহই (King Sarbananda Singha) খন্দুৱা তিনিচুকীয়াৰ ঐতিহ্যমন্দিত শেলুকীয়া পুখুৰী (Historic Shelukia Pond) ৷ মটক যুৱ ছাত্ৰ সন্মিলন তিনিচুকীয়া জিলা সমিতিৰ অভিযোগ অনুসৰি, পাঠক উপাধিৰ এজন লোকে মল-মূত্ৰৰ লগতে ঘৰৰ পৰা ওলোৱা লেতেৰা পানী নিষ্কাষণৰ বাবে এটি নলা খান্দি উক্ত পুখুৰীটোত পেলোৱাৰ ব্যৱস্থা কৰি আছে ৷ আনহাতে, উক্ত পৰিয়ালটোৱে পুখুৰীৰ কাষৰ সংৰক্ষিত মাটিও বেদখল কৰিছে ৷ এই অভিযোগ মটক যুৱ ছাত্ৰ সন্মিলনৰ সদস্যৰ ৷ সংবাদ মাধ্যমৰ জৰিয়তে সংগঠনটোৱে এনে কাৰ্যক গৰিহণা দিয়াৰ লগতে তিনিচুকীয়া পৌৰসভাক উক্ত মাটিখিনি বেদখল মুক্ত কৰিবলৈ দাবী জনাইছে ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.