Handmade gun seized: হাইলাকান্দিত হস্ত নিৰ্মিত বন্দুক জব্দ

By

Published : Oct 11, 2022, 2:17 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

হাইলাকান্দিত হস্ত নিৰ্মিত বন্দুক জব্দ কৰা হৈছে (Handmade gun recovered ) ৷ এক গোপন সুএৰ পম খেদি সোমবাৰে নিশা প্ৰায় 1 বজাত হাইলাকান্দি আৰক্ষী আৰু CRPF য়ে যৌথ অভিযান চলাই হাইলাকান্দি জিলাৰ বজ্ৰপুৰ গ‍াঁৱৰ এজন লোকৰ ঘৰৰ পৰা জব্দ কৰে হস্ত নিৰ্মিত বন্দুকটো (Handmade gun recovered in Hailakandi) ৷ গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনৰ নাম হিফজুৰ ৰহমান চৈাধুৰী বুলি জানিব পৰা গৈছে (Accused arrested by Hailakandi police)৷ এই সন্দৰ্ভত হাইলাকান্দি সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া এম পি দাওলাগাপুৱে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি সোধ পোছ অব্যাহত ৰাখিছে ৷

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.