Gourav Gogoi slams BJP: বিসম্বাদত PHD কৰাজনেই বিজেপিত আছে যেতিয়া বিসম্বাদ হ'বই: গৌৰৱ গগৈ

By

Published : Dec 9, 2022, 9:17 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

সীমা সমস্যাকে ধৰি বিভিন্ন কাৰণত ৰাজ্য সমূহৰ মাজত শেহতীয়াকৈ সৃষ্টি হোৱা সংঘাতক লৈ শুকুৰবাৰে মৰাণত ভাৰত জোড়ো যাত্ৰাত(Bharat Joda Yatra) অংশগ্ৰহণ কৰিবলৈ আহি উদ্বেগ প্ৰকাশ কৰিলে সাংসদ গৌৰৱ গগৈয়ে(Gourab Gogoi criticized BJP) । ৰাজ্যসমূহৰ মাজত সৃষ্টি হোৱা সংঘাত দুৰ্ভাগ্যজনক বুলি কয় গগৈয়ে । কেৱল হিন্দু-মুছলমান কৰি থাকিলে নহ'ব, ৰাজ্য সমূহৰ মাজত সৃষ্টি হোৱা সংঘাত দুৰ কৰিব পাৰিব লাগিব বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে । লগতে বিজেপিক সমালোচনা কৰিবলৈ গৈ গৌৰৱ গগৈয়ে কয় যে বিসম্বাদত PHD কৰাজনেই এতিয়া বিজেপিত আছে, গতিকে বিসম্বাদ হ'বই(Gourav Gogoi slams Himanta Biswa Sarmah) । এতিয়া কংগ্ৰেছ চিণ্ডিকেটমুক্ত, বিসম্বাদমুক্ত । কংগ্ৰেছৰ এই বেমাৰটো এতিয়া বিজেপিত সোমাল । সকলো বেমাৰ এতিয়া ৰাইজে দেখিবলৈ পাব ।

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.