Golden Globe Award: RRR ৰ 'নাটু নাটু' গীতলৈ গোল্ডেন গ্লোব বঁটা

By

Published : Jan 11, 2023, 12:40 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

চলচ্চিত্ৰ জগতত খলকনি লগোৱা RRR ছবিখনৰ আন এক সফলতা । চলচ্চিত্ৰ জগতৰ অন্যতম সন্মানীয় বঁটা 'গোল্ডেন গ্লোব' লাভ কৰিলে RRR ছবিখনৰ 'নাটু নাটু' গীতটিয়ে(Golden Globe award for Natu Natu song from RRR movie) । শীৰ্ষ গীতৰ কথাৰ বাবে RRR ছবিখনৰ গীতটিয়ে লাভ কৰে এই বঁটা । চলচ্চিত্ৰ পৰিচালক এছ এছ ৰাজামৌলী(Movie director SS Rajamouli), অভিনেতা ৰাম চৰণ(Actors Ram Charan), এনটিআৰ আৰু সংগীত পৰিচালক এম এম কীৰাৱানীকে ধৰি ছবিখনৰ লগত জড়িতসকলৰ লগত বুধবাৰে কেলিফৰ্ণিয়াৰ বেভাৰ্লি হিল্টন হলত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে । 'নাটু নাটু'ৰ নাম ঘোষণা কৰাৰ লগে উৎফুল্লিত হৈ উঠে বেভাৰ্লি হিল্টন হলত উপস্থিত সকলো ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.