Jonai News: জোনাইত একেদিনাই 9 টাকৈ পথৰ আধাৰশিলা স্থাপন

By

Published : May 13, 2023, 7:36 PM IST

thumbnail

জোনাই, 13 মে’ : শুক্ৰবাৰে জোনাইত কেবাটাও নতুন পকী পথ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰিলে বিধায়ক ভূৱন পেগু আৰু সাংসদ প্ৰদান বৰুৱাই ৷ অসম চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী পকী পথ নৱীকৰণ আচঁনিৰ অধীনত জোনাইৰ বিভিন্ন অঞ্চলত 9 টাকৈ নতুন পথ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে স্থানীয় বিধায়ক ভূৱন পেগু আৰু সাংসদ প্ৰদান বৰুৱাই (Foundation stone of road laid at Jonai) ৷

অসম চৰকাৰৰ অভিলাষী আচঁনি মুখ্যমন্ত্ৰী পকী পথ নৱীকৰণ আচঁনিৰ অধীনত কেইবাকোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব লগা জোনাইৰ মিলনপুৰ, চিগা, জোনকাৰেঙ, আৰিমৰা, লেকু ঐৰামঘাতকে ধৰি মুঠ 9 টাকৈ স্থানত নতুন পকী পথ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে বিধায়ক আৰু সাংসদগৰাকীয়ে (Foundation stone of road construction) ৷


লগতে পঢ়ক: Scam in PMAY scheme: লাহৰীঘাটত আৰক্ষীৰ জালত কনিষ্ঠ অভিযন্তাসহ ৬ জন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.