ETV Interview: ছুপাৰষ্টাৰ ৰবি শৰ্মাৰ সৈতে শ্ৰী ৰঘুপতিৰ আঁৰৰ কাহিনী-2

By

Published : Jun 16, 2023, 4:26 PM IST

Updated : Jun 16, 2023, 4:34 PM IST

thumbnail

গুৱাহাটী, 16 জুন: ইতিমধ্যেই অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ ছবি গৃহত খলকনি সৃষ্টি কৰিবলৈ সক্ষম হৈছে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ ছবি শ্ৰী ৰঘুপতিয়ে ৷ আনহাতে অভিলেখো সৃষ্টি কৰিবলৈ সক্ষম হৈছে শ্ৰী ৰঘুপতিয়ে ৷ ৰাজ্যৰ সৰ্বত্ৰে এতিয়া চৰ্চিত হৈ পৰিছে ৰঘুপতি ৷ 

শ্ৰী ৰঘুপতিৰ মূল নায়ক ৰবি শৰ্মাৰ সৈতে ইটিভি ভাৰতৰ ব্যুৰ’ চীফ প্ৰশান্ত কুমাৰ বৰুৱাৰ এক বিশেষ সাক্ষাৎকাৰৰ এয়া দ্বিতীয়টো খণ্ড ৷

  1. হিন্দুত্ববাদীয়ে ছবিখন বৰ্জন কৰা বুলি চৰ্চিত হোৱা প্ৰসংগত কি ক’লে ৰবি শৰ্মাই ?
  2. যুৱ প্ৰজন্মক কি আহ্বান জনালে জনপ্ৰিয় অভিনেতাগৰাকীয়ে ?
  3. কেতিয়া আহিব শ্ৰী ৰঘুপতিৰ চিকুৱেল ?
  4. ৰবি শৰ্মাৰ নতুন পৰিকল্পনা কি ?
  5. ইংৰাজী মাধ্যমত পঢ়া ৰবি শৰ্মাই কিয় অসমীয়া শিকাৰ বাবে বাধ্য হ’ল ?
  6. কথাৰ মাজে মাজে ইংৰাজী কৈ কিয় লজ্জিত হৈছিল ৰবি শৰ্মা ?

এই সকলো জানিবলৈ চাওক এই বিশেষ সাক্ষাৎকাৰ...

লগতে পঢ়ক: ETV Interview: ছুপাৰ ষ্টাৰ ৰবি শৰ্মাৰ সৈতে শ্ৰী ৰঘুপতিৰ আঁৰৰ কাহিনী

Last Updated : Jun 16, 2023, 4:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.