ETV Interview: ছুপাৰ ষ্টাৰ ৰবি শৰ্মাৰ সৈতে শ্ৰী ৰঘুপতিৰ আঁৰৰ কাহিনী

By

Published : Jun 15, 2023, 10:05 PM IST

Updated : Jun 16, 2023, 4:33 PM IST

thumbnail

গুৱাহাটী, 15 জুন: অসমৰ চৌদিশে এতিয়া চলিছে কেৱল শ্ৰী ৰঘুপতিৰ জয়গান ৷ ৰ’ব কেৱল অসমতে নহয়, বেংগালুৰু, নতুন দিল্লী, নইডা, হাইদৰাবাদ, মুম্বাই, নবী মুম্বাই, পুনে, গোৱা, চেন্নাই আদি ঠাইতো চলিছে শ্ৰী ৰঘুপতিৰ জ্বৰ ৷ কৰ্মসূত্ৰে বহিঃৰাজ্যত বসবাস কৰা সকলৰ বাবে এই ছবিখন বহিঃৰাজ্যত প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে ৷ সেয়াহে, অসমৰ লগতে বহিঃৰাজ্যৰো প্ৰায় প্ৰতিটো দৰ্শনীতেই হাউচফুল ।

কিন্তু শ্ৰী ৰঘুপতিৰে অসমীয়া ছবিলৈ কিদৰে ধুমুহা আনিলে ৰবি শৰ্মাই ? শ্ৰী ৰঘুপতিৰ পাচত কি পৰিকল্পনা আছে ৰবি শৰ্মাৰ ? ৰঘুপতিৰ ছিকুৱেল কেতিয়া আহিব ? ৰঘুপতিৰ ছিকুৱেলৰ আগতে ৰবি শৰ্মাই কি নতুন ছবিৰ পৰিকল্পনা কৰিছে ? ৰবি শৰ্মাৰ নতুন ছবিখনৰ নাম কি ?

এই সকলোবোৰ বিষয় সাঙুৰি ছুপাৰ হিৰো ৰবি শৰ্মাৰ সৈতে ইটিভি ভাৰতৰ ব্যুৰ’ চীফ প্ৰশান্ত কুমাৰ বৰুৱাৰ এক বিশেষ সাক্ষাৎকাৰ ৷ (প্ৰথম খণ্ড)  

Last Updated : Jun 16, 2023, 4:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.