Erosion in Bongaigaon: তিনি শতাধিক পৰিয়ালৰ বাসগৃহ নৈৰ বুকুত বিলীন

By

Published : Jul 3, 2022, 3:22 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

ৰাজ্যত অব্যাহত বানৰ আছে বানৰ তাণ্ডৱ (Flood in Assam)৷ বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত ২ নং বাশবাৰীত আই নদীয়ে ধাৰণ কৰিছে ভয়াবহ ৰূপ (Erosion in Bongaigaon)৷ বিগত ১৫ দিনত তিনি শতাধিক পৰিয়ালৰ বাসগৃহ নৈৰ বুকুত বিলীন হোৱাৰ লগতে নৈৰ বুকুত বিলীন হৈছে বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান । খহনীয়াৰ কৱলত পৰিছে বঙাইগাঁও - কীৰ্ত্তনপাৰা পকী পথ, বাশবাৰী বজাৰ । জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাই খহনীয়া পৰিদৰ্শন কৰি গৈছিল যদিও খহনীয়া প্ৰতিৰোধ কৰিবলৈ সক্ষম হোৱা নাই । খহনীয়াত সৰ্বহাৰা হোৱা ক্ষতিগ্ৰস্ত লোকে কান্দি কান্দি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ।

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.