হোজাইত মৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিৰ দূৰ্গা পূজা মণ্ডপ

By

Published : Oct 1, 2022, 12:25 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

হোজাইত নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিৰে নিৰ্মাণ কৰা হৈছে দুৰ্গা পূজাৰ মণ্ডপ (Durga Puja in Hojai)। হোজাইৰ শাক-পাছলি ব্যৱসায়ীসকলৰ উদ্যোগত গান্ধী ময়দানত(Gandhi maidan Hojai) নিৰ্মাণ কৰা হৈছে উক্ত দূৰ্গা পূজা মণ্ডপ (Exceptional puja mandap in Hojai)। উল্লেখ্য যে, প্ৰতিবছৰে উক্ত শাক-পাছলি ব্যৱসায়ীসকলে নতুন নতুন চিন্তা ধাৰাৰে দুৰ্গা পূজা মণ্ডপটো নিৰ্মাণ কৰি আহিছে । সেই অনুসৰি এইবাৰ থলুৱা শিল্পীৰ জৰিয়তে মৃত্যুঞ্জয় মন্দিৰৰ(Maha Mrityunjay Temple Nagaon) আৰ্হিৰে নিৰ্মাণ কৰিছে উক্ত পূজা মণ্ডৱটো ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.