Fire in behali: নিশা বিহালীৰ বিহমাৰীত ভয়ংকৰ অগ্নিকাণ্ড

By

Published : Dec 11, 2022, 10:24 AM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

নিশা বিহালী বিহমাৰীত ভয়ংকৰ অগ্নিকাণ্ড (Massive fire breaks out in Behali) । অগ্নিকাণ্ডত ভস্মীভূত দুখনকৈ দোকান । জুইত জাহ গ'ল কল্যাণ গুপ্তাৰ জেৰক্সৰ দোকান আৰু তপন টিমুংগৰৰ চাইকেল দোকান (Shop burnt in fire incident) । লগতে ক্ষতিগ্ৰস্ত কেইবাখনো দোকান । শ্বট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে । ইফালে অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় দোকান কেইখনৰ সা-সম্পত্তি । ঘটনাস্থলীত বিহালী আৰক্ষীও অগ্নিনিৰ্বাপক বাহিনী দল উপস্থিত হৈ জুই নুমুৱাই যদিও দোকান কেইখনৰ প্ৰায় ৮ লাখ টকাৰ সম্পত্তি জুইত ভস্মীভূত হয় ।

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.