Crime in Nagaon : নগঞাৰ প্ৰশ্ন- অপৰাধীৰ সৈতে মিলি আছে নেকি নগাঁও আৰক্ষী ?

By

Published : May 20, 2023, 7:28 PM IST

thumbnail
()

নগাঁও, 20 মে’ : কিয় বদনামী হ’ল নগাঁও আৰক্ষী ? SI জোনমণি ৰাভাৰ মৃত্যুৰ পিচত উত্থাপন হোৱা কেতবোৰ অভিযোগে একাংশৰ মনত উদ্বেগ ঘটাইছে এই প্ৰশ্নৰ (Crime in Nagaon) । শংকৰব্ৰত ৰায় মেধি, দেৱৰাজ উপাধ্যায়, আনন্দ মিশ্ৰৰ দৰে আই পি এছ বিষয়া নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাবে থকাৰ সময়তে অপৰাধীৰ বিৰুদ্ধে অভিযান চলাই সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছিল নগাঁও আৰক্ষী (Crime increase in Nagaon) ।

কিন্তু এই নগাঁও আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈছে অপৰাধী চক্ৰৰ সৈতে লেনদেন কৰাৰ কিছু অভিযোগ । SI জোনমণি ৰাভাৰ মৃত্যুৰ পিচতেই নগাঁও আৰক্ষীৰ বিৰুদ্ধে আহিছে অপৰাধীৰ সৈতে লেনদেন কৰাৰ গুৰুতৰ অভিযোগ (SI Junmoni Rabha death case) । যাক লৈ আজি লজ্জানত নগাঁওবাসী । এই সন্দৰ্ভত নগাঁৱৰ পৰা ই টি ভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

লগতে পঢ়ক : CID team in Nagaon : CID ৰ মাৰাথন জেৰাৰ সন্মুখীন ধিং থানাৰ OC ৰজা ইৰ্শ্বাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.