মাজুলী মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত গ্ৰন্থমেলাৰ সামৰণি

By

Published : Apr 9, 2022, 2:24 PM IST

thumbnail

মাজুলী মহাবিদ্যালয়ৰ উদ্যোগত 5 এপ্ৰিলৰ পৰা জিলাখনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা গ্ৰন্থমেলাখনৰ শুকুৰবাৰে সামৰণি(Closing ceremony of Book fair held in Majuli College) পৰে ৷ প্ৰতিকূল বতৰৰ মাজতো অনুষ্ঠিত হোৱা গ্ৰন্থমেলাখনে গ্ৰাহকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ৷ গ্ৰন্থমেলাখনলৈ মাজুলী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আন আন বহু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰো ব্যাপক সমাগম ঘটে ৷ মাজুলী মহাবিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা এই গ্ৰন্থমেলা(Majuli Book Fair 2022)ত অংশ লয় ৰাজ্যৰ ভিন্ন প্ৰান্তৰ গ্ৰন্থ বিপণীসমূহে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.