Vineet Bagaria Suicide Case: ন্যায় বিচাৰি চিলাপথাৰত প্ৰতিবাদ

By

Published : Jul 14, 2022, 12:29 PM IST

Updated : Feb 3, 2023, 8:24 PM IST

thumbnail

পশুপ্ৰেমী বিনীত বাগাৰীয়াই (Animal activist Vineet Bagaria) আত্মহত্যা কৰা ঘটনাৰ ন্যায় বিচাৰি ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ ৷ বৃহস্পতিবাৰে চিলাপথাৰ নগৰৰ ৰাজপথলৈ ওলাই আহিল শ শ লোক ৷ বিনীত বাগাড়ীয়া আত্মহত্যাৰ ঘটনাৰ লগত জড়িত দোষীক শীঘ্ৰে আটক কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবীৰে সন্ধিয়া চিলাপথাৰ নগৰত হাতে হাতে একোডালকৈ মমবাতি লৈ পদযাত্ৰাৰে এক মৌন সমদল বাহিৰ কৰে (Candlelight march over Vineet Bagaria death in Jonai) ৷ উক্ত মৌন সমদলত উপস্থিত আছিল আছু, টি এম পিকে, Animal welfare society, মাৰোৱাৰী সমাজৰ লগতে স্থানীয় ৰাইজ ৷ উল্লেখযোগ্য যে, বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫ বজাত ভাড়াতীয়াৰ অত্যাচাৰ সহিব নোৱাৰি আত্মহত্যা কৰিছিল বিনীত বাগাৰীয়াই (Vineet Bagaria Suicide Case)৷

Last Updated : Feb 3, 2023, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.