Beef seized: দুলীয়াজানৰ ভাদৈত গো-মাংস জব্দ

By

Published : Jun 6, 2023, 8:16 PM IST

thumbnail

দুলীয়াজান,৬ জুন: দুলীয়াজানৰ ভাদৈ পাঁচআলিত আৰক্ষীৰ অভিযান । অভিযানত জব্দ প্ৰায় ১৫০ কিলোগ্ৰাম গো-মাংস (Beef seized at Bhadai in Duliajan) । AS06 এম ০১১৬ নম্বৰৰ মাৰুতী বাহনখনত মাৰ্ঘেৰিটাৰ পৰা দুলীয়াজানৰ অভিমুখে বৃহৎ পৰিমাণৰ গো-মাংস সৰবৰাহ কৰিবলৈ নিয়া সময়তে আৰক্ষীয়ে দুই সৰবৰাহকাৰীক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় (Two smugglers arrested with beef in Duliajan) ।  

ধৃত সৰবৰাহকাৰী দুটা দুলীয়াজানৰ মছজিদ পট্টী অঞ্চলৰ জিয়াউদ্দিন আহমেদ আৰু একে অঞ্চলৰে হাবিবুৰ ৰহমান বুলি জানিব পৰা । শেহতীয়াকৈ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত দুলীয়াজান আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি ধৃত দুইজনক জেৰা অব্যাহত ৰাখিছে । 

লগতে পঢ়ক: Firing in Assam Arunachal border: লখিমপুৰত অসম-অৰুণাচল সংযোগী পথ অৱৰোধ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.