Call for Barak Bandh: শুকুৰবাৰে 12 ঘন্টীয়া বৰাক উপত্যকা বন্ধৰ আহ্বান বিডিএফৰ

By

Published : Nov 17, 2022, 9:03 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

১৮ নৱেম্বৰত বহু কেইটা দাবী লৈ ১২ ঘন্টীয়া বৰাক উপত্যকা বন্ধ ঘোষণা কৰিলে বৰাকৰ অন্যতম সংগঠন বৰাক ডেমক্ৰেটিক ফ্ৰন্টে (Call for Barak Bandh) । এই বন্ধৰ প্ৰতি আন আন সংগঠনৰ লগতে বৰাকৰ তিনিখন জিলাৰ AIUDF য়েও পূৰ্ণ সমৰ্থন জনাইছে (AIUDF supports Barak Bandh)। কৰিমগঞ্জ জিলাৰ AIUDF ৰ সভাপতি আজিজ আহমেদ তালুকদাৰে কয় যে, বিডিএফৰ লগতে এই বন্ধৰ পূৰ্ণ সমৰ্থন আগবঢ়াইছে AIUDF দলে । এই বন্ধৰ মূল দাবী হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত বৰাকৰত ১০০০ জন প্ৰাৰ্থী নিযুক্তি দিয়া, মেঘালয়ত বাংলা ভাষী লোকৰ ওপৰত চলা নিৰ্যাতনৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা, বাৰ্মিজ চুপাৰি ছিণ্ডিকেট বন্ধ কৰি বৰাকৰ স্থানীয় চুপাৰি বাবে এছ অ’ পি প্ৰস্তুত কৰি স্থানীয় চুপাৰি বিক্ৰীৰ ব্যৱস্থা গ্ৰহণ কৰা (Barak valley bandh on 18th November) ।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.