Mega appointment letter distribution : চৰকাৰী চাকৰী লাভ কৰি সুখী ৰাজ্যৰ বহু যুৱক-যুৱতী

By

Published : May 25, 2023, 5:08 PM IST

thumbnail

গুৱাহাটী, 25 মে’ : ‘‘মামাক ধন্যবাদ জনাইছো ৷ স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়াক লৈ আমি যথেষ্ট সুখী ৷ স্বচ্ছ আৰু নিকাভাৱে হোৱাৰ বাবেই আমি আজি মেধাৰ ভিত্তিত চাকৰি লাভ কৰিবলৈ সক্ষম হৈছো ৷’’ এই মন্তব্য নকৈ চাকৰি লাভ কৰা ৰাজ্যৰ বহু যুৱক-যুৱতীৰ ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে অৰ্থাৎ আজি খানাপাৰাত অসম চৰকাৰে আয়োজন কৰে এক বিশাল নিযুক্তি-পত্ৰ বিতৰণ অনুষ্ঠান (Assam govt mega recruitment ceremony) । ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি পোৱা 44,703 গৰাকী প্ৰাৰ্থীক প্ৰদান কৰা হয় নিযুক্তি-পত্ৰ । এই বিশাল নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah Assam visit)৷

ইফালে আজি ৰাজ্য চৰকাৰে আয়োজন কৰা এই বিশাল অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা বহু লোক ৷ বহু লোকে সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিয়াৰ লগতে মনৰ আনন্দও প্ৰকাশ কৰে ৷

লগতে পঢ়ক : Amit Shaha Assam Visit : বৃহস্পতিবাৰে অসমলৈ আহিব অমিত শ্বাহ; গুৱাহাটীত জাৰি বিশেষ নিৰ্দেশনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.