দশম শ্ৰেণী পৰ্যন্ত হিন্দী ভাষা বাধ্যতামূলক কৰাৰ বিৰোধিতা কুলধৰ শইকীয়াৰ

By

Published : Apr 9, 2022, 9:40 PM IST

thumbnail

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে হিন্দীভাষা বাধ্যতামূলক কৰাৰ সন্দৰ্ভত (Hindi being compulsory subject) তীব্ৰ বিৰোধ কৰিছে অসম সাহিত্য সভাৰ (Assam sahitya sabha ) সভাপতি কুলধৰ শইকীয়াই (Assam Sahitya sabha president Kuladhar Saikia) ৷ শনিবাৰে এই সন্দৰ্ভত মতামত কৰি অসমীয়া ভাষাক হেয় প্ৰতিপন্ন কৰাৰ পৰিৱৰ্তে উচিত স্থান দি ইয়াক আগবঢ়াই নিয়াৰ আহ্বান জনায় সভাপতিগৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.