জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ গৰুখুটি কৃষি প্ৰকল্প পৰিদৰ্শন

By

Published : Apr 8, 2022, 9:14 PM IST

Updated : Feb 3, 2023, 8:22 PM IST

thumbnail

শুকুৰবাৰে গৰুখুটি কৃষি প্ৰকল্প পৰিদৰ্শন কৰিলে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই ৷ উক্ত প্ৰকল্পৰ পৰিদৰ্শন কৰি মথাউৰী নিৰ্মাণৰ অগ্ৰগতিৰ বিষয়ে বুজ ল'লে মন্ত্ৰীগৰাকীয়ে (Pijush Hazarika in Garukhuti multipurpose agriculture project ) ৷ লগতে পৰিদৰ্শন কৰিলে গো-শালা ৷ আনহাতে কৃষি প্ৰকল্পৰ গো-শালাত উপস্থিত হৈ সামগ্ৰীক পৰিৱেশ পৰ্যবেক্ষণ কৰে মন্ত্ৰীগৰাকীয়ে (Water Resources Minister visits Garukhuti) ৷ উক্ত প্ৰকল্পৰ পৰিদৰ্শনত মন্ত্ৰী গৰাকীক সংগ দিয়ে কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা , ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড৹ পৰমানন্দ ৰাজবংশী , মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস , দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ লগতে উপস্থিত থাকে জলসম্পদ বিভাগৰ অভিযন্তা- বিষয়াসকল ৷

Last Updated : Feb 3, 2023, 8:22 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.