Kali Puja at Hojai : হোজাইৰ লংকা পিয়লি বজাৰত কালী পূজা

By

Published : Oct 25, 2022, 7:05 AM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

ৰাজ্যৰ ভিন্ন প্ৰান্তত সোমবাৰে অতি উলহ-মালহেৰে আয়োজন কৰা হয় কালী পূজা (Kali Puja celebrated in Assam) ৷ প্ৰতিকূল বতৰকো নেওচি হাজাৰ হাজাৰ ভক্তই মাৰ আশীষ ল’বলৈ বিভিন্ন দেৱালয়ত ভীৰ কৰা পৰিলক্ষিত হয় । সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলাতো উলহ -মালহৰে পালন কৰা হয় কালী পূজা । জিলাখনৰ লংকা পিয়লি বজাৰৰ ব্যৱসায়ীসকলৰ উদ্যোগত কালী পূজা পালন কৰা হয় (Kali Puja at Hojai Market)। বিগত ২৫ বছৰে লংকা চহৰৰ মাজমজিয়াত এনেদৰে এই ব্যৱসায়ীসকলে উদযাপন কৰি আহিছে কালীৰ পূজা । উল্লেখ্য় যে পূৱাৰে পৰা বৰষুণে বিধি-পথালি দিয়ে যদিও ম্লান নহ'ল ভক্তিপ্ৰাণ ৰাইজৰ উৎসাহ উদ্দীপনা ।

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.