Bhogali Bihu 2023: ৰঙিয়াৰ দিপ্তেশ্বৰীত ৰাইজে এদিনতে সাজিলে ৪০ ফুট ওখ মেজি

By

Published : Jan 4, 2023, 3:36 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

ভোগালী বিহুৰ পৰম্পৰা অব‍্যাহত ৰাখি ৰঙিয়াৰ দিপ্তেশ্বৰীত ৰাইজ ব‍্যস্ত মেজি সজাত (Preparation of Bhogali Bihu in Rangia)। ৪০ ফুট ওখ মেজি সাজিলে অঞ্চলটোৰ শতাধিক লোকে (40 feet Meji in Rangia)। গাঁওখনৰ পৰম্পৰা ৰক্ষা কৰি এদিনতে ৰাইজে সাজি উলিয়াইছে এই মেজিটো । মেজি সজাত সহায় কৰিবলৈ ওলাই আহে গাঁওখনৰ ডেকা, গাভৰু-মহিলাসকল । শিশু, কিশোৰ-কিশোৰীসকলে বিহু নাচি আনন্দ-উল্লাস কৰা পৰিলক্ষিত হয় । মেজি নিৰ্মাণ কৰা সময়তেই সকলোৱে হাঁহে মাহে এসাঁজ খালে । মেজি নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগে লগে পাঁচ শতাধিক ৰাইজে ৩৮ টা হাঁহেৰে এসাঁজ খাই আনন্দ কৰে ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.