Atul Bora on swine flu: আফ্ৰিকান ছোৱাইন ফ্লুৰ চিকিৎসা নাই: অতুল বৰা

By

Published : Nov 13, 2022, 12:00 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

আফ্ৰিকান ছোৱাইন ফ্লুৰ কোনো চিকিৎসা নাই (African swine flu)। শনিবাৰে নিশা নলবাৰীত এইদৰে মন্তব্য কৰে কৃষি মন্ত্ৰী অতুল বৰাই (Minister Atul Bora comment on swine flu) । মন্ত্ৰীগৰাকীয়ে আফ্ৰিকান ছোৱাইন ফ্লুৰ পৰা গাহৰিক ৰক্ষা কৰিবলৈ হ'লে পালকসকলে জৈৱ সুৰক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ বাহিৰে বিকল্প নাই বুলি মন্তব্য কয় (Agricultur minister Focus on biosecurity)। গাহৰি ছোৱাইন ফ্লুত আক্ৰান্ত হ'লে পশু চিকিৎসালয়ত খবৰ দি পৰামৰ্শ গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনায় । উল্লেখ্য যে মন্ত্ৰী অতুল বৰাই শনিবাৰে নিশা নলবাৰীৰ হৰি মন্দিৰত উপস্থিত হৈ উপভোগ কৰে ৰাস মহোৎসৱৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান (Raas Mahotsav at Hari Mandir in Nalbari)। ৰাস মহোৎসৱ উপভোগ কৰি মন্ত্ৰীগৰাকীয়ে সুঁৱৰিলে পূৰ্বৰ স্মৃতি ।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.