Kangana Ranaut at Bokakhat: শ্বুটিংস্থলী বিচাৰি অসমলৈ আহিল কুইন কংগনা

By

Published : Nov 2, 2022, 4:33 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

বোকাখাতত উপস্থিত হ’ল বলীউড কুইন কংগনা ৰাণাৱট । কংগনাৰ আহিবলগীয়া নতুন চিনেমা Emergency ৰ শ্বুটিঙৰ বাবে এক বৃহৎ টীম লৈ বোকাখাত-কাৰ্বিআংলং সীমান্তৰ বিভিন্ন স্থান পৰিদৰ্শন কৰে মোহময়ী অভিনেত্ৰী গৰাকীয়ে (Kangana Ranaut latest news) । কাৰ্বিআংলঙৰ দলামৰাৰ লগতে বোকাখাতৰ বিভিন্ন অঞ্চলত শ্বুটিং স্পট পৰিদৰ্শন কৰে কংগনাই । বোকাখাতৰ ৰাস্তাতো স্থানীয় লোকৰ সৈতে মত বিনিময় কৰা দেখা গ’ল অভিনেত্ৰী গৰাকীক ৷

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.