মুল্যবৃদ্ধিৰ বিৰুদ্ধে বঙাইগাঁৱত চিটুৰ প্ৰতিবাদ

By

Published : Aug 6, 2020, 2:45 AM IST

thumbnail

বঙাইগাঁওত মুল্যবৃদ্ধিৰ প্ৰতিবাদত সৰ্বভাৰতীয় পথ পৰিবহন কৰ্মী সন্থাৰ চিটুৰ উদ্যোগত প্ৰতিবাদ । পৰিবহন মন্ত্ৰীলৈ স্মাৰক প্ৰদান । মটৰ পৰিবহন খণ্ডৰ লগত জড়িত শ্ৰমিকসকলৰ ৪ দফীয়া দাবী চনদ লৈ আজি বঙাইগাওঁ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত All India Road Transport Workers Federation(CITU) ৰ বিক্ষোভ প্ৰদৰ্শন আৰু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভাগীয় মন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয় ।

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.