আমিনগাৱঁত স্বাধীনতা দিৱসৰ পূৰ্ণ প্ৰস্তুতি

By

Published : Aug 13, 2020, 12:22 AM IST

thumbnail

আমিনগাৱঁত চলিছে 74 সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্ণ প্ৰস্তুতি । কৰ'ণা ভাইৰাছৰ মহাসংক্ৰমনৰ বাবে কামৰূপ জিলা প্ৰশাসনে অনুষ্টুপীয়াকৈ উদযাপন কৰিব স্বাধীনতা দিৱস । এইবেলি স্বাধীনতা দিৱসৰ পেৰেডত দেখা নাযাব ছাত্ৰ ছাত্ৰীক । মাত্ৰ তিনিটা আৰক্ষীৰ দলে পেৰেডৰ বাবে চলাইছে অনুশীলন ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.