সেনাবাহিনী আৰু বায়ু সেনাৰ সহায়ত নিমাতীঘাটত চলিব অভিযান

By

Published : Sep 8, 2021, 9:43 PM IST

thumbnail

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা মৰ্মে যোৰহাটৰ নিমাতীঘাটত উপস্থিত সাংসদ তপন গগৈ আৰু মন্ত্ৰী বিমল বৰা । সমগ্ৰ ঘটনা চৰজমিন নিৰীক্ষণ কৰিবলৈ আহি যোৰহাট জিলা আৰক্ষী অধীক্ষক অংকুৰ জৈনৰ লগত তাৎক্ষণিক আলোচনা কৰে সাংসদ তপন গগৈ আৰু মন্ত্ৰী বিমল বৰাই ৷ তেওঁলোকে সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে, আজি ওৰে নিশা উদ্ধাৰ অভিযান অব্যাহত থাকিব । আনহাতে মন্ত্ৰী বিমল বৰাই জনোৱা মতে, বৃহস্পতিবাৰে সেনাবাহিনীৰ লগতে বায়ু সেনা বাহিনীৰ সহায় লৈ উদ্ধাৰ অভিযান চলোৱা হ’ব ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.