বজালীত ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতা

By

Published : Aug 20, 2021, 8:09 AM IST

thumbnail

বজালীৰ ভৱানীপুৰত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ সংবাদমেল । এই সংবাদমেল খনত বহু কেইটা মন্ত্যব আগবঢ়ায় বিজেপিৰ সভাপতিগৰাকীয়ে । নামনি অসমৰ বজালী জিলাৰ ভৱানীপুৰ সমষ্টিত পুনৰ উপ নিৰ্বাচন হোৱাৰ কথাও সংবাদ মাধ্যমক জনাই তেওঁ । অহা 1 চেপ্তেম্বৰত ভবানীপুৰ সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক ফনিধৰ তালুকদাৰে গুৱাহাটীত যোগদান কৰিব বিজেপিত , এই কথা সদৰী কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । বিধায়ক পদ ত্যাগ কৰি ফনিধৰ তালুকদাৰে যোগদান কৰিব বিজেপিত । আনহাতে, ভৱানীপুৰ সমষ্টিত পদুম ফুলিব বুলি ঘোষনা কৰে ভৱেশ কলিতাই । লগতে তেওঁ কয় বিজেপি দল ধৰ্ম নিৰপেক্ষ দল । প্ৰদেশ কংগ্ৰেছৰ নগাঁওৰ সাংসদ প্ৰদ্যুত বৰদলৈ বিজেপি যোগদানৰ ক্ষেত্ৰত কোনো মন্ত্যব আগনবঢ়াই সভাপতি গৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.